24 Assam
জন-গণৰ পক্ষত আৰু
এখোজ-সদায় আপোনাৰ কাষত।
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক: 📞 9864924790
জুবিন বিহীন এটা বছৰ পাৰ কৰিলে অসমীয়াই ৰাজ্যজুৰি প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।
মুখ্যমন্ত্ৰীয়ে হ*_ত্যা_ বুলি ঘোষণা কৰা জুবিন গাৰ্গৰ হত্যাৰ এবছৰ পাৰ কৰিলে , কিন্তু justice for zubeen বুলি চিঞৰা অনুৰাগীসকলে ন্যায় নাপালে ।
গৰিমা গাৰ্গৰ নিৰ্দেশ মৰ্মে বৰপেটা সৰভোগৰ গান্ধী ময়দানত জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাত প্ৰথম বাৰ্ষিক জুবিন দিৱস উৎযাপন কৰে ।
প্ৰাণৰ শিল্পী সকলোৰে জনপ্ৰিয় হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব আধিকাৰী প্ৰাক্তন বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি মনোৰঞ্জন তালুকদাৰ উপদেষ্টা মহেন্দ্ৰ দাস আৰু জুবিন অনুৰাগীসকলে ।
মায়াবিনী গীত পৰিৱেশন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত
সাগৰৰ বুঁকুত আজিৰ এই অভিশপ্ত দিনটোটেই হেৰাই গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। দুপৰীয়া ২.৩০ বজাত ছিংগাপুৰত স্তব্ধ হৈ পৰিছিল অসমৰ ৰজাজন।
মৃ*_ত্যু*_ৰ খবৰে আজিৰ এই অভি*_শপ্ত দিনটোতে অসমতো স্তব্ধ হৈছিল অসমৰ পৰিৱেশ। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ মৃ*_ত্যু*_ৰ খবৰে অসমৰ চৌদিশে নিমাও নিমাও পৰিৱেশৰ সৃষ্টি হৈছিল।
জুবিন গাৰ্গ অমৰ হওক, তাৰে শ্লোগান জুবিন গাৰ্গৰ অনৰাগীসকলৰ
দিনযোৰা কাৰ্যসূচীৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে গান্ধী ময়দানত
24 Assam
LIVE NEWS | ধুবুৰী–ফুলবাৰী দলং
📍 ধুবুৰী–ফুলবাৰী
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণাধীন ধুবুৰী–ফুলবাৰী দলংক লৈ গুৰুত্বপূৰ্ণ আপডেট। ১৯.২৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই চাৰিলেনৰ দলংখনে ধুবুৰী (অসম) আৰু ফুলবাৰী (মেঘালয়)ক সংযোগ কৰিব। NHIDCL-ৰ তথ্য অনুসৰি প্ৰকল্পটো বৰ্তমান নিৰ্মাণাধীন।
🎥 24 Assam Live 📢 অধিক খবৰৰ বাবে Follow কৰক — 24 Assam
সৰভোগত ৰাইনো ব্লক এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰীৰ উদ্যোগত বিশ্বকৰ্মা পূজা উৎযাপন।
বিগত বৰ্ষৰ এই বছৰো জ্যোতিষ দাসৰ ৰাইনো ব্লক এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰী বাৰেগাও গেল্লেপাৰা পথ সৰভোগ স্থিত ব্যৱসায়ী প্ৰতিষ্ঠান চৌহদত সম্পূৰ্ণ বৈদিক নীতি -নিয়ম অনুসাৰে শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আয়োজন কৰে।
বিশ্ব খনিকৰ বিশ্ব শিল্পী বিশ্বকৰ্মা পূজাত হাউলী শংকৰ -মাধৱ বীৰ থিয় নামদল পৰিৱেশন কৰে জ্যোতিষ দাসৰ ইণ্ডাষ্ট্ৰীত
আমন্ত্ৰিত অতিথি স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই পূজাক লৈ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
উল্লেখ্য যে-প্ৰতিবছৰে বিশ্বকৰ্মা পূজাৰ দিনা আৰু বিভিন্ন কাৰিকৰী কৰ্মৰ সৈতে জড়িত শ্ৰমিকসকলে ভগৱান বিশ্বকৰ্মাৰ পূজা-অৰ্চনা কৰি নিজৰ কৰ্মজীৱনৰ মংগল আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা জনায়৷
বিশ্বকৰ্মা পূজাৰ জৰিয়তে জ্যোতিষ দাসৰ ভৱিষ্যৎ জীৱন উজ্জ্বল হওক তাৰে কামনা কৰে ঈশ্বৰৰ কৃপাত ।
📢 অধিক খবৰৰ বাবে Follow কৰক — 24 Assam
সৰভোগত ৰাইনো ব্লক এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰীৰ উদ্যোগত বিশ্বকৰ্মা পূজা উৎযাপন।
বিগত বৰ্ষৰ এই বছৰো জ্যোতিষ দাসৰ ৰাইনো ব্লক এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰী বাৰেগাও গেল্লেপাৰা পথ সৰভোগ স্থিত ব্যৱসায়ী প্ৰতিষ্ঠান চৌহদত সম্পূৰ্ণ বৈদিক নীতি -নিয়ম অনুসাৰে শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আয়োজন কৰে।
বিশ্ব খনিকৰ বিশ্ব শিল্পী বিশ্বকৰ্মা পূজাত হাউলী শংকৰ -মাধৱ বীৰ থিয় নামদল পৰিৱেশন কৰে জ্যোতিষ দাসৰ ইণ্ডাষ্ট্ৰীত
আমন্ত্ৰিত অতিথি স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই পূজাক লৈ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
উল্লেখ্য যে-প্ৰতিবছৰে বিশ্বকৰ্মা পূজাৰ দিনা আৰু বিভিন্ন কাৰিকৰী কৰ্মৰ সৈতে জড়িত শ্ৰমিকসকলে ভগৱান বিশ্বকৰ্মাৰ পূজা-অৰ্চনা কৰি নিজৰ কৰ্মজীৱনৰ মংগল আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা জনায়৷
বিশ্বকৰ্মা পূজাৰ জৰিয়তে জ্যোতিষ দাসৰ ভৱিষ্যৎ জীৱন উজ্জ্বল হওক তাৰে কামনা কৰে ঈশ্বৰৰ কৃপাত ।
24 Assam
কাইলৈ ১৯ ছেপ্টেম্বৰ বৰপেটা সৰভোগৰ গান্ধী ময়দানত অনুষ্ঠিত হ'ব জুবিন দিৱস উৎযাপন ।
তীব্ৰ গতিৰে নিশাৰ ভাগত সৰভোগৰ গান্ধী ময়দানত জুবিন অনুষ্ঠানৰ কাম কাজ আটক ধূনীয়াকৈ সজাই পৰাই তুলিব।
জুবিন গাৰ্গৰ হত্যা কৰা এবছৰ সম্পূৰ্ণ হ'ব কাইলৈ । জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক জুবিন দিৱস উৎযাপন কৰিব বৰনগৰবাসী ৰাইজে
১৯ ছেপ্টেম্বৰ কাইলৈ জুবিন অনুষ্ঠান আয়োজন কৰা আয়োজক সমিতিৰ সভাপতি মনোৰঞ্জন তালুকদাৰ সম্পাদক সিদ্ধেশ্বৰ দাস উপদেষ্টা মহেন্দ্ৰ দাস, ৰঞ্জিত দাস আৰু বৰনগৰ অঞ্চলৰ ৰাইজৰ উৎসাহ উদ্দীপনাৰে আয়োজন কৰিব জুবিন দিৱস ।
সৰভোগৰ প্ৰাক্তন বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি মনোৰঞ্জন তালুকদাৰে জানিব দিয়ে কাইলৈ দিনযোৰা কাৰ্যসূচীৰে সৰভোগৰ গান্ধী ময়দানত সন্ধিয়াত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ।
ৰাতিপুৱা ৯ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিব ।
অসমৰ বিভিন্ন প্ৰান্তৰ কণ্ঠশিল্পীৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব শিল্পী বৰণ বিকাশ ,ভায়োলিনা ডেকা , অৰণ্যম দুৱৰা আৰু নম্ৰতা পৰাশৰে
জুবিন গাৰ্গৰ হ*_ত্যা"*ৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো ন্যায় দিব পৰা নাই । ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হ*_ত্যা*ৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতো ন্যায় বিচাৰি এতিয়াও অব্যাহত আছে জুবিন অনুৰাগীৰ প্ৰতিবাদ ।
24 Assam
18/09/2026
24 Assam
সৰভোগত ই-ৰিস্কা শ্ৰমিক সন্থাৰ উদ্যোগত বিশ্বকৰ্মা পূজাঃ
পূজা আৰম্ভণিৰ পূৰ্বে শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিঃ
বৰনগৰ ই-ৰিস্কা শ্ৰমিক সন্থাৰ উদ্যোগত আজি সৰভোগ হাইৱে চ’কৰ ব্ৰজসদনৰ সমীপত পৰম্পৰাগতভাৱে বিশ্বকৰ্মা পূজা উদ্যাপন কৰে৷
ই-ৰিস্কা শ্ৰমিকসকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই পূজাক লৈ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
বিশ্বকৰ্মা পূজাৰ মূল পূজা আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷
উপস্থিত শ্ৰমিকসকল আৰু ৰাইজে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে৷
উল্লেখ্য যে-প্ৰতিবছৰে বিশ্বকৰ্মা পূজাৰ দিনা যান-বাহন আৰু বিভিন্ন কাৰিকৰী কৰ্মৰ সৈতে জড়িত শ্ৰমিকসকলে ভগৱান বিশ্বকৰ্মাৰ পূজা-অৰ্চনা কৰি নিজৰ কৰ্মজীৱনৰ মংগল আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা জনায়৷সৰভোগতো বৰনগৰ ই-ৰিস্কা শ্ৰমিক সন্থাই এই উপলক্ষে পূজা-অৰ্চনাৰ আয়োজন কৰে।
24 Assam
BREAKING NEWS
খাৰুপেটীয়া আৰক্ষীৰ জালত প্ৰৱঞ্চক মফিদুল ইছলাম
চাকৰি-লোণ দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ মফিদুলৰ বিৰুদ্ধে।
৫ জন ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ মফিদুল ইছলামক
যোৱা কালি খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰে মহিদুল ইছলাম নামৰ প্ৰৱঞ্চক জনক । দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পুনিয়া গাঁৱত ফিনক্লেপ ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে চাকৰি, লোণ আৰু CSPৰ দিয়াৰ প্ৰলোভন দেখুৱাই শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ মহিদুলৰ বিৰুদ্ধে
দৰঙৰ উপৰি ওদালগুৰি, নলবাৰী, কামৰূপ, বিশ্বনাথ চাৰিআলি, কোকৰাঝাৰ আদি বিভিন্ন জিলাৰ লোকৰ পৰাও ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
৫ জনকৈ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত যোৱা কালি অভিযান চলাই মফিদুল ইছলামক আটক কৰে খাৰুপেটীয়া আৰক্ষীয়ে।
আজি গ্ৰেপ্তাৰ কৰি প্ৰৱঞ্চক মফিদুল ইছলামক মঙলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰে খাৰুপেটীয়া আৰক্ষীয়ে।
24 Assam
📌 মইনবড়ীৰ ছিকাটাৰী পাথাৰত চা*ঞ্চ*ল্যকৰ ঘটনা
24 Assam
Category
Address
Barpeta Road
781319
Alerts
Be the first to know and let us send you an email when 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
