Pahi's world
মোৰ মুখ পৃষ্ঠাত সকলোকে স্বাগতম আৰু ভাল লাগিছে যদি সঁহাৰি জনায় যেন
নিজৰ সন্মান নিজৰ হাততে থাকে নহয় জানো ✅️✅️
05/10/2026
প্ৰকৃতিৰ কোলাত নিজকে এজন কৰি ৰাখিব খোজো....✅️✅️
02/10/2026
📍সন্তানৰ নামত কলংক !
📍ৰোগীয়া পিতৃক ৰাজপথত পেলাই থৈ গ’ল পুত্ৰই
আজিকালি বহুতো অসমীয়া ৰাইজে পাহৰি গৈছে যে আমাৰ অসমীয়া সংস্কৃতি কি নহয়নে বহুতৰে গাঁত এই কথাষাৰ হুলে বিন্ধাদি বিন্ধিব ✅️✅️
27/09/2026
সকলো মহিলাই নিজকে নিজে সুন্দৰ কৰি ৰাখিব খোজে নহয়নে আৰু তেনে ক্ষেত্ৰত কোনোবাই মহিলা যদি আপোনালোকৰ ওলাই আহিবলৈ সময় নাই কিন্তু ঘৰতেই নিজকে সুন্দৰ কৰি ৰাখিব খোজে মানে সৌন্দৰ্য চৰ্চা কৰিব খুজিছে তেন্তে মোক contact কৰিব পাৰে... পাৰ্লাৰৰ সকলো ধৰণৰ কাম মই কৰিব পাৰোঁ Haircut, threading, Hair colour, hair Spa আৰু সকলো ধৰণৰ facial ✅️✅️🧵💄✂️
13/09/2026
পুৰণি দিনৰ স্মৃতি যেন সজীৱ হৈ পৰিল ✅️✅️
19/07/2026
ঘৰৰ আমৰ সোৱাদ.....✅️✅️
Alerts
Be the first to know and let us send you an email when Pahi's world posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Subscribe
We will notify you when anything happens in Jorhat.