Jona vlogs
Welcome to my Page�
21/03/2026
Good morning friends 🙏🏽 Have a good day ❤️
04/01/2026
Good night friends 🖐🏽🙏kon thair mondir hoy aru ki nam kb paribane konobai? Janabson🙏
Good afternoon friends 🌹
তোমাক হেৰুৱাব বুলি ভয় হয় মোৰ বুলি মিছাকৈ কিয় ক'লা তুমি? তোমাৰ লগত থাকিলে মোৰ বিপদ হ'ব বুলি ক'বলৈ হয়তো সংকোচ কৰিছিলা তুমি? সেয়ে চাগে আগজাননী নিদিয়াকৈ গুচি গলা মনে মনে।মনে প্ৰাণে বিচাৰিছিলো বুলি কৈছিলা কিন্তু মনে বিচৰা জনক জানো এৰিব পাৰি কেতিয়াও নোৱাৰি। দুদিনমান মৌন হৈ পুনৰ ধাপলি মেলি প্ৰিয়জনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি অহাজন হে আপোন, বুকুৰ আপোন।♥️♥️♥️
Contact the business
Website
Alerts
Be the first to know and let us send you an email when Jona vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
