Maina koch
নমস্কাৰ বন্ধু-বান্ধবীসকল কি খবৰ আশা কৰো সকলোৰে ভাল মোৰ নতুন এটা Factbookpage লৈ সকলোকে স্বাগতম জনাইছো
03/08/2026
[আপুনি কি ৰঙৰ বাবে আকৰ্ষিত বাৰু] >বগা ৰং= এই ৰং ভালপোৱা মানুহ পবিত্ৰ মনৰ গৰাকী। আনৰ মাজতো তেওঁ ইয়াকে বিচাৰে !( কলা= কলা ৰঙ ভাল পোৱা মানুহৰ প্ৰকৃত কথাটো জনা নাযায় ! এওঁলোকে সাধাৰণতে কথা গোপনাই ৰাখে ! তেওঁলোকক যুক্তি দৰ্শোৱা টান !এওঁলোক ধ্বংসাত্মক স্বভাৱৰ হয় !) (ৰঙা= ৰঙা ৰং ভালপোৱা মানুহবোৰ সকলো মানুহকে ভাল পায় ! এই মানুহবোৰ গতিশীল আৰু সাহসী হোৱাৰ লগতে উচ্ছাসী হয় ।।।।। আজিলৈয় ইমানে আৰু কালিলৈয় কম ।।।
20/02/2026
আজি জামুগুৰিহাটৰ ভকত বাপ কেইজনমান আহিছিল
Alerts
Be the first to know and let us send you an email when Maina koch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Subscribe
We will notify you when anything happens in Tezpur.