Love expect
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Love expect, Beauty, cosmetic & personal care, Barpeta Road, Sarupeta, Barpeta Road, Barpeta Road.
ঐ
ৰখি আছা কিয় ঘূৰি আহিব বুলি ?
ঘূৰিতো সেইজনেই আহে যোনে ৰাস্তা হেৰাই যায়।
এনে কোৱাও তো হব পাৰে ! হয়তো তোমাৰ ঠাইত নতুন কোনোবা আহিছে।
ঐ দঃখ কৰিছা কিয়?
অধৰোৱা সপোনবোৰে আঘাত কৰিছ বুলি ?
তাইতো কান্দা নাই হাঁহি যে যেন আছে ৷
তাইৰ কিবা এটা হলে তেতিয়াহে মন বেয়া হৈছিল৷
তাইতো ভালেই আছে, হাঁহিয়েই যেন আছে।
কান্দিছা কিয়?😭
মানুহবোৰে দেখিলে হাঁহিব ৷😃
কি ভাবি আছা?🤔
কোনোৱাই বুজি পাব বুলি ?
এই ব্যস্থতাৰ পৃথিৱীত তোমাৰ বেয়া সময় ছাই থাকিবলে কাৰো ওচৰত সময়
নাই নহয় ৷
সৰলতাৰ প্রমান কৰিব বিচাৰিছা ?
লাভ নাই, সকলোৱে বেয়াটোকে বেছি পছন্দ কৰে৷
সকলো খিনি ঠিক হৈ যাব ৷
অকল তাই হে নাথাকিব।
বহুত মনত পৰে ন! মা কথা মনত কৰা ৷
বহুত ছাবলৈ মন গৈছে ন ? ঈশ্বৰক প্রার্থনা কৰা ৷
মুক্তি পাব বিচাৰিছা ? মনোবল ৰখা ৷
নিজকে হলনি কৰিব বিচাৰিছা ?
ধর্য্য ধৰা ৷
নতুন কৈ কিবা আৰম্ভ কৰিব বিচাৰিছা নিকি?
তেতিয়া হ'লে পূৰণা বোৰ পাহৰি যোৱা l
এৰি দিবলৈ মন নাযায়?
এদিনতো এই ধুনীয়া পৃথিৱী খনকো এৰি থৈ গুচি যাব লাগিব।
(লিখক :- ফুলচান আলী)
expect05
Thank you.
Q:- কি খালে বুদি (knowledge) বিকাশ হয়..?( choice the correct answer)
A. গাখীৰ (Milks)
B . হৰলিকচ্ (Horlicks)
C. ধোকা. (Betray).
Category
Contact the business
Website
Address
Barpeta Road, Sarupeta, Barpeta Road
Barpeta Road
781315
Alerts
Be the first to know and let us send you an email when Love expect posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
