Runway Blade
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Runway Blade, Health/Beauty, Barpeta Road.
20/11/2022
Ohhhh
05/09/2022
আজি আমাৰ দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন উপলক্ষে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। এই শুভ ক্ষণত সমূহ পূজনীয় শিক্ষক সমাজলৈ শ্ৰদ্ধা, শুভেচ্ছা আৰু সু-স্বাস্থ্য কামনা কৰিলো ।
24/07/2022
30/06/2022
MRC-MART
19/11/2021
কৃষকৰ শক্তি এয়াই। এক আপোচবিহীন আন্দোলন সফল সমাপ্তিৰ দিশে। কৃষকৰ আন্দোলনত সেও মানি বিজেপি চৰকাৰে তিনিখন কৃষক বিৰোধী কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল। এই কৃষক বিৰোধী আইন কেইখন বাতিল কৰিবলৈ আন্দোলন কৰি যিসকলে নিজৰ প্ৰাণ ত্যাগ কৰিলে সেইসকলক স্মৰণ কৰিছোঁ আৰু দেশৰ সকলো কৃষকক অভিনন্দন জনাইছো |
িষাণ
17/11/2021
বিশ্বত ইছলাম ধৰ্মৰ মানুহক যিমান গালি ও অত্যাচাৰ কৰিব।
ইছলাম সিমান জনপ্ৰিয়তা বৃদ্ধি পাব
17/11/2021
বিশ্বৰ কোটি কোটি মুছলমানৰ পবিত্ৰ গ্ৰন্থ আল কোৰান।
সেই কোৰানৰ২৬ আয়াত বাতিলৰ বাবে মুনাফেক ৱাছবিম ৰিজবীয়ে দেশৰ সৰ্বোচ্চ আদালত কৰা আবেদন খৰিজ কৰি তেওঁক 50,000টকা জৰিমনা কৰিলে।
Category
Culinary Team
Attire
Contact the business
Address
Barpeta Road
781319
Alerts
Be the first to know and let us send you an email when Runway Blade posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

27/08/2022