Noor Alom
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Noor Alom, Beauty, cosmetic & personal care, Barpeta.
08/10/2025
মোৰ ভাগিন
ইতিহাস সাক্ষী মুছলমানেই মুছলমান শত্ৰু,কাৰবালাত ৰাজনীতিৰ কাৰনে সত্যৰ পথত থকা হুচেইন (ৰাঃ)ক এজিদী মুছলমানে স্বহীদ কৰিছিল ৷হুচেইন ৰাঃ ক স্বহীদ কৰা সকলৰ ভিতৰত প্ৰায় ৩০হাজাৰ মুফতী মৌলনা জড়িত আছিল ৷ছিৰাজউদৌল্লাৰ লগত বিশ্বাসঘতকতা কৰিছিল মুছলমানে,মহীশুৰৰ হাইদৰ আলীৰ লগত বিশ্বাসঘতকতা কৰিছিল মুছলমানে,বদৰউদ্দিন নামৰ সাধাৰন মানুহজনৰ লগতেও বিশ্বাসঘতকতা কৰিলে মুছলমানে, নামধাৰী মুছলমানে এজন মুছলমানৰ লগত বিশ্বাসঘাতকতা কৰাটো ডাঙৰ কথা নহয় ৷মনত ৰাখিব বিশ্বাসঘাতকৰ বলি হোৱা জনেহে ইতিহাসৰ পাতত সোনালী আখৰেৰে লিপিৱদ্ধ থাকে ৷বাকী আল্লাহতায়ালা যি কৰে ভালৰ কাৰনে কৰে ৷পৰম কৰুনাময় আল্লাহৰ সিদ্ধান্ত এজন মুছলমানে মানি লোৱাটো বাধ্যতামুলক ও কৰ্তব্য ৷
Badaruddin Ajmal chahab zindabad,AIUDF ZINDABAD
Ashraful Hussain chahab zindabad
29/11/2023
জন্মলগ্নৰে পৰা AIUDF ক কংগ্ৰেছে ধ্বংশ কৰিব কাৰনে উঠিপৰি লাগি আছে আৰু বৰ্তমান সময়ত অসমত যিমানবোৰ ৰাজনৈতিক দল আছে সকলোবোৰ ৰাজনৈতিক দল মিলি ধ্বংশ কৰাত লাগি গৈছে ৷তাৰ পিছতো AIUDF ক কেতিয়াও ধংশ কৰিব নোৱাৰে ৷ধংশ তাক কৰিব পাৰি যিয়ে অকলে থিয় দিয়ে,বদৰউদ্দিন আজমল চাহাব অকলে থিয় হোৱা নাই তেখেতে আল্লাহতায়ালাৰ ফজলত থিয় হৈছে ৷আল্লাহতায়ালাৰ ৰহমতত নিস্পেষিত,নিৰোপিত গৰীৱ দুখীয়া ৰাইজৰ সহযোগত থিয় দিছে ৷যত আল্লাহৰ ৰহমত আছে তাত আমি আছো ৷বদৰউদ্দিন আজমল চাহাব আপুনি আগুৱাই যাওক আমি আপোনাৰ লগত আছো ৷হজৰত মৌলনা বদৰউদ্দিন আজমল চাহাব জিন্দাবাদ৷৷AIUDF Zindabad.
কৰিমগঞ্জৰ এ আই ইউ এফৰ কৰ্মী সকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ৷
আজি 18 ফেব্ৰুৱাৰী,ভুক্তভুগী পৰিয়ালে নেলীৰ জঘন্যতম হত্যালীলাৰ বিচাৰ কেতিয়া পাব?বহুতেই ভাবিছে এই হত্যাযজ্ঞ আমি পাহৰি গৈছো কিন্তু সেইটো আপোনালোকৰ ভুল ধাৰনা |সময় বৰ নিষ্ঠুৰ এতিয়া আপোনালোকৰ হাতত কেতিয়াবা আমাৰ হাতত আহিলে বিচাৰ নিশ্চয় হব |
আজি 29/1/2023 তাৰিখত সোনতলী জন সভাত চেঙা সমষ্টিৰ যুৱ নেতা তথা চেঙা সমষ্টিৰ জনতাৰ কন্ঠ আশ্ৰাফুল হুছেইন চাহাবৰ দুৰ্দান্ত ভাষন |
ভাগিন ভতিজা হতে অলপ কমেডী কৰিছে |
Category
Telephone
Website
Address
Barpeta
781314
Alerts
Be the first to know and let us send you an email when Noor Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
