Halim Talks

Halim Talks

Share

This page is create for Update latest news, life hacking videos, new ideas, experience, blogging. NA

22/08/2026
11/08/2026

আপুনি তেওঁৰ ইংৰাজী কথন বা কিছুমান কাম-কাজক লৈ হাঁহিব পাৰে। কিন্তু আজিৰ দিনটোত ভুক্তভোগী বানাক্ৰান্তৰ বাবে REAL HERO শুকুৰ আলি। টকা-পইচা দি সহায় কৰিব নোৱাৰিব পাৰে, শুকুৰ আলিয়ে ধুবুৰীৰ পৰা শ্ৰমিক লৈ শ্ৰমদান কৰিছে। ইয়াতকৈ মহানতা কি থাকিব পাৰে। শুকুৰ আলিৰ এই মানৱীয় অৱদানক আমি চেল্যুট জনাইছোঁ।

25/07/2026

শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰদানৰ

22/05/2026

C J P

14/05/2026

👉CBSC পৰীক্ষাত ৯২% শতাংশ নম্বৰ পাই সফলতাৰে উত্তীৰ্ণ এগৰাকী ছাত্ৰী। 👉কলগাছিয়াৰ বৰতাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰুকছানা ৰহমানে।
👉উৎফুল্লিত পিতৃ- মাতৃ, গাওঁবাসী।

04/05/2026

ঠাণ্ডা ঠাণ্ডা কুল কুল
জিদবে শুধু তৃণমুল

Telephone

Website

Address


Barpeta