Skip to content
Salons10
Adil Assam

Adil Assam

Sopiya Boiroisala, Bongaigaon Health/Beauty

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Adil Assam, Health/Beauty, sopiya boiroisala, Bongaigaon.

14/02/2026

Bande matarom and jon gon mon @ #₹

Superhit Movie seen 2025 #superhit #movieclips #blockbuster #part 5 03/02/2026

Superhit Movie seen 2025 #superhit #movieclips #blockbuster #part 5

03/02/2026
03/02/2026

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ গুৰুত্বপূৰ্ণ মন্তব্য।

30/01/2026

"ৰঘুপতি ৰাঘৱ ৰাজা ৰাম...
ঈশ্বৰ আল্লাহ তেৰ' নাম সবকো সন্মতি দে ভগৱান।" 🙏

পৰম শ্ৰদ্ধাৰ বাপু, জাতিৰ পিতা, মহা মানৱ, অহিংসাৰ পূজাৰী মহাত্মা গান্ধী দেৱৰ আজি মৃত্যু বাৰ্ষিকীত শ্রদ্ধাৰে সুঁৱৰিছো। তেখেতৰ দেখুৱাই যোৱা সত্য আৰু অহিংসাৰ পথত খোজ দিয়াৰ শক্তি আমাক প্ৰদান কৰক।

30/01/2026

“বঙাইগাঁও জিলাৰ অন্তৰ্গত মাণিকপুৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ সহযোগত অনুষ্ঠিত মাণ্ডলিক কৰ্মী সভাত
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-নেতা তথা যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী Gaurav Gogoi ডাঙৰীয়াই প্ৰেৰনামূলক ভাষণ প্ৰদান কৰে।”

Photos from Adil Assam 's post 27/01/2026

📍মানিকপুৰত বৃহৎ মাণ্ডলিক কৰ্মী সভা ...

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ সহযোগত মানিকপুৰ ৰাজহুৱা খেল পথাৰত আয়োজিত "হাতত হাত ধৰোঁ" নতুন বৰ অসম গঢ়ো,শীৰ্ষক এক বিশাল মাণ্ডলিক কৰ্মী সভাত অংশগ্ৰহণ কৰোঁ।

উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় জ্যেষ্ঠ পৰ্যবেক্ষক #বন্ধু_তিৰ্কী ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি #গৌৰৱ_গগৈ দেৱ ডাঙৰীয়া , AICC ৰ সম্পাদক তথা সহ:তত্বৱধায়ক সন্মানীয় #পৃথ্বীৰাজ_প্ৰভাকৰ_সাথে ডাঙৰীয়া,বিধায়িনী দলৰ দলপতি সন্মানীয় #দেবব্রত_শইকীয়া ডাঙৰীয়া,ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ #ৰকিবুল_হুছেইন ডাঙৰীয়া APCC ৰ কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে #প্ৰদীপ_সৰকাৰ দেৱ ডাঙৰীয়া, #জাকিৰ_হুছেইন_শিকদাৰ ডাঙৰীয়াসহ দলৰ সতীর্থ বিধায়ক সকল, তৰোপৰি ৯খন জিলাৰ প্ৰতিনিধি সকল, জ্যেষ্ঠ নেতা-নেত্ৰী আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।

এই সভাখন দলটোক অধিক শক্তিশালী কৰা, তৃণমূল পৰ্যায়ত কৰ্মকৰ্তাসকলৰ ভূমিকা বঢ়োৱা আৰু আগন্তুক দিনসমূহৰ কাৰ্যপন্থা স্পষ্ট কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয়।

24/01/2026

Most viral juice # #@

24/01/2026

বঙাইগাঁও জিলাৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ হিচাপে অধিবক্তা #বিল্লাল_হুছেইন ডাঙৰীয়াক নিযুক্তি লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
এই গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দ,জিলা কংগ্ৰেছ, সন্মানীয় বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

খাবার নয়, খাওয়ার পদ্ধতিই স্বাস্থ্য গড়ে।
 #স্বাস্থ্যকথা
#খাবারওষুধ
#হেলথরিলস
#ফুডফ্যাক্টস
#পুষ্টিবিজ্ঞান 21/01/2026

খাবার নয়, খাওয়ার পদ্ধতিই স্বাস্থ্য গড়ে। #স্বাস্থ্যকথা #খাবারওষুধ #হেলথরিলস #ফুডফ্যাক্টস #পুষ্টিবিজ্ঞান

Alerts

Be the first to know and let us send you an email when Adil Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Bongaigaon.