Skip to content
Salons10
Yoga with nayan

Yoga with nayan

Dhemaji Health/Beauty

strong and healthy

23/03/2025

আসন কৰোঁতে কেইটামান বিশেষ জানিব লগীয়া কথা:-
1. দিন বা ৰাতিৰ মূল আহাৰ যিকোনো সময়ত পেট ভৰাই খাই উঠি অতি কমেও চাৰি ঘন্টামানলৈ যোগাসন নকৰিব। তেনেদৰে পাতল আহাৰ বা জলপান আদি খাই কমেও দুঘন্টামানলৈ যোগাভ্যাস নকৰিব। যদি পুৱাৰ আহাৰ বা আবেলিৰ জলপান গধুৰ হয়, তেনেহ’লে পুনৰ চাৰি ঘন্টামানলৈকে আসন নকৰিব।

2.যোগাসন কৰি উঠিয়েই পানী নেখাব।
3.যোগাসন কৰি উঠাৰ ২০-৩০ মিনিট পিছতহে পাতল আহাৰ কৰিব। যদি আপুনি মেদবহুলতা কমাব বিচাৰিছে তেনেহ’লে যোগাসন কৰাৰ পিছত অতি কমেও এঘন্টাৰ পিছলৈকে একো নাখাব। বেছি শকত হ’লে যোগাসন কৰাৰ এঘন্টাৰ পিছত সামান্য গৰম পানী এগিলাচ খাব পাৰে।
4.আসন-প্ৰাণায়াম কৰি উঠি আধাঘন্টা সময় শান্তিৰে বহি জিৰণি লৈহে দৈনন্দিন কাম আৰম্ভ কৰিব।

19/02/2025

The body is your temple, you should keep it clean and pure for your soul to live comfortably .🌻

17/08/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Amalch Goari, Tarun Saikia, Tufil Oraon, Ali Hussain

12/05/2022

❤️❤️

15/07/2021

❤️

Photos from Yoga with nayan's post 22/06/2021

YOGA IS NOT A WORK-OUT, IT IS A WORK-IN. AND THIS IS THE POINT OF SPIRITUAL PRACTICE; TO MAKE US TEACHABLE; TO OPEN UP OUR HEARTS AND FOCUS OUR AWARENESS SO THAT WE CAN KNOW WHAT WE ALREADY KNOW AND BE WHO WE ALREADY ARE.

26/12/2020

16/05/2020

#❤

15/05/2020

15/05/2020

flexibility

Alerts

Be the first to know and let us send you an email when Yoga with nayan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Dhemaji.