Rima mumu volgs

Rima mumu volgs

Share

house wife

31/07/2026

বাইদেউ ঘৰ বিহপুৰীয়া পৰা ঘূৰি আহি আছোঁ 🌳🌿💚💚💚💚

31/07/2026

পৰিস্থিতি যেনেকুৱাই নহওঁক, যুঁজিব পৰাকৈ শক্তিশালী হব লাগে 💞

31/07/2026

ইয়াতকৈ আৰু বেছি কি দিব পাৰিব 😭😭মানুহে এনেই ভুল বুজিছে , পজটো কিন্তু ধুনীয়া দিছে 🥺🥺

30/07/2026

মনটো একেবাৰে ভাল নহয় অ 🥹, বানপানীত সকলো হেৰুৱাই কান্দোনত ভাগি পৰা সকলৰ ভিডিঅ'বোৰ দেখি চকু পানী বৈ থাকে 🥲🥲, তাতো কিছুমানৰ দু*ৰ্নীতি কিয় বাৰু মানুহবোৰ এনেকুৱা অ😡।

30/07/2026

ইমান ধুনীয়া 🌿🌳💚💚

30/07/2026

বাইদেউ 💞💞 ভতিজা 😘😘

30/07/2026

বানাক্ৰান্ত সকলৰ বস্তু কাঢ়ি খোৱা সকল কেনেকুৱা মানুহ অ 😡, কিছুমান মানুহে পানী এটুপি কাৰণে হাহাকাৰ কৰি আছে🥲, আকৌ কিছুমানে যোগ্যজনৰ পৰা আনে দিয়া সাহায্য খিনি লৈ দোকানত বিক্ৰী কৰিছে , এইবোৰ মা*নুহ হয় নে বাৰু?? দূৰ দূৰণিৰ মানুহে বানাক্ৰান্ত সকলৰ দুখৰ সমভাগী হৈছে জোনে যেনেকৈ পাৰে সহায় কৰিবলৈ ওলাই গৈছে, আমি অনুভৱ কৰিছো মৰমৰ ঘৰখন কষ্টৰে এপদ দুপদকৈ সজোৱা ঘৰখন যেতিয়া পানী তলত থাকে কেনেকুৱা লাগে 🥲 কিন্তু ওচৰতে দেখি থকা মানুহে কিয় তেনেকুৱা কৰিছে বাৰু? সহায় কৰক চাই আনৰ ভাগটো কাঢ়ি লৈছে

29/07/2026

good night sweet dreams dear all friends 😴😚😴

29/07/2026

বাৰীতে মাৰিম পাক বুটলি আনিম শাক 🌿🌿, গাঁৱত সহজতে পোৱা শাক 🌿 হাতত কি লৈ আছোঁ বাৰু 🤔।

29/07/2026

গুৱাহাটী লৈ যাবলৈ ধান শুকোৱাইছো

Want your business to be the top-listed Beauty Salon in Gauhati?
Click here to claim your Sponsored Listing.

Category

Address


Bora Goan
Gauhati
781035?