Biraj Kumar Saud

Biraj Kumar Saud

Share

Always grateful to those who have made me what I am.

01/02/2026

খোজ

জানোঁ, খোজবোৰ মোৰ আজিকালি বৰ থৰক-বৰক হৈছে।
সময়ৰ লগত মিলাব নোৱাৰা হৈছোঁ মোৰ খোজবোৰ।

জিকিব পৰা নাই যদিও জিকাৰ সপোনতে খোজবোৰ
মোৰ আপোন হৈয়ে আছে প্ৰতিনিয়ত।
আয়ে শিকোৱা খোজবোৰেই মোৰ জীৱন-মন্ত্ৰ
এই খোজবোৰেইতো মোৰ চিনাকি
এই খোজবোৰেইতো মোৰ পৃথিৱী।

নিৰ্বাক হৈ আছোঁ মই
সময়ৰ গতিত গতি কৰিছে জীৱনৰ ছন্দ।
নিয়তিৰ হাততে বন্দী জীৱন-বৃত্ত।

Photos from Biraj Kumar Saud's post 31/01/2026

শ্ৰীসূৰ্য পাহাৰত অকণমান ধেমালীৰে লগ-ভাগে এসাঁজ।

22/11/2025

ধেমালী অকণমান, অতীতক সুঁৱৰি

22/11/2025
Photos from Biraj Kumar Saud's post 21/11/2025

আজি E.C.C.E. প্ৰশিক্ষণৰ অন্তিমদিনা ছাৰ/বাইদেউসকলৰ লগত। আপোনালোকৰ মৰম-ভালপোৱাবোৰেই মোৰ জীৱনৰ সাহস, শক্তি।

20/11/2025

বন্ধু বিদ্যালয়ত আমাৰ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ হানিফ আলীয়ে জুবিনদাৰ মায়াবিনী গীতটো গোৱাৰ চেষ্টা কৰিছে। লগতে ঘোনাপাৰা প্ৰাথমিক বিদ্যালয় আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সহযোগ কৰিছে।

Photos from Biraj Kumar Saud's post 20/11/2025

আজি আমাৰ E. C.C.E. প্ৰশিক্ষণত ছাৰ-বাইদেউসকলৰ দ্বাৰা প্ৰস্তুত কৰা সৃজনীমূলক ক্ৰিয়া-কলাপ।

20/11/2025

আজি ৰাতিপুৱা আমাৰ E. C. C. E. প্ৰশিক্ষণৰ আৰম্ভণি। শ্ৰদ্ধাৰ মোস্তাক ছাৰে প্ৰাৰ্থনাৰ আগ ধৰিছে।

19/11/2025

মৰম আৰু শ্ৰদ্ধাৰ কবি উৎপলদাৰ কণ্ঠত সকলোৰে এটি ভাল লগা গীতৰ দুটিমান কলি। পুৰণি ভিদিও।

Photos from Biraj Kumar Saud's post 19/11/2025

আমাৰ বিদ্যালয়ত যোৱা ১৪ আৰু ১৫ নভেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা "বন্ধু বিদ্যালয়"ৰ কেইটিমান দৃশ্য।

Category

Telephone

Website

Address


Matia
Goalpara
9706537918

Alerts

Be the first to know and let us send you an email when Biraj Kumar Saud posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Goalpara.