Prity Rupa das
Subscribe karibo
14/08/2026
Good Morning Everyone ☀️🙏
নতুন ৰাতিপুৱা, নতুন আশা, নতুন সপোন ✨🌿
ভগৱানে সকলোকে ভালে ৰাখক ❤️
আপোনালোকৰ ৰাতিপুৱা কেনে? জনাবচোন 👇🥰
13/08/2026
শুভ সন্ধিয়া
দিনটোৰ শেষত মা আৰু ছোৱালীৰ মৰমৰ সময় ❤️👶
এই হাঁহিটোৱে সকলো ভাগৰ পাহৰাই দিয়ে 🥺✨
ফটোখন কেনে লাগিল? এটা মৰম দিব
টকা-পইচা নহলেও মাৰ কোলাত যি সুখ আছে,
সেই সুখ পৃথিৱীৰ কতো নাই ❤️👶
evng
13/08/2026
আজিৰ সাধাৰণ ভাত সাঁজ খনেই অসাধাৰণ 😋✨
ভাত, মাছৰ জোল, ভাজি, সৰু মাছ ফ্ৰাই আৰু পিটিকা ❤️🐟
5 Star হোটেলতকৈও ঘৰৰ এই সোৱাদেই শ্ৰেষ্ঠ 🙏
কাৰ কাৰ এনেকুৱা থালি ভাল লাগে? 👇😍
13/08/2026
Good Afternoon everyone 🥰☀️
আজি নদীৰ পৰা ইমানখিনি তাজা মাছ পালোঁ 🐟💦
নদীৰ মাছৰ সোৱাদেই বেলেগ হয় 🤤✨
আপোনালোকে দুপৰীয়া কি খালে? 😋👇
12/08/2026
প্ৰকৃতিৰ মাজত মনটো বৰ শান্ত লাগে 🌳🍃
গাঁৱৰ এই সৰু বাটটোৱে বহুত স্মৃতি কঢ়িয়াই আনে 🥰
Good Evening everyone ❤️
ভাল লাগিলে 1ta ⭐ দি মৰম দিব 🙏
12/08/2026
মোৰ সৰু মৰমটোৰ হাঁহিটোৱেই মোৰ পৃথিৱীখন পোহৰাই তোলে ✨❤️
এনেকুৱা নিষ্পাপ হাঁহি দেখিলে গোটেই দুখ পাহৰি যাওঁ 🥹🙏
12/08/2026
Good Afternoon Everyone ☀️💙
দুপৰীয়াৰ মৰম ভৰা শুভেচ্ছা জনালোঁ 🥰🙏
নিজৰ মাজতে সুখী 😊
কাৰো কথাৰ প্ৰয়োজন নাই 💅💙
12/08/2026
Good morning
বন্ধুত্ব মানে হাঁহিৰে ভৰা এক ধুনীয়া পৃথিৱী
নীলা সপোনৰ মাজত মই 💙🌿
সাধাৰণ হৈয়ো অসাধাৰণ হ'বলৈ চেষ্টা 🥀
11/08/2026
হাতত ফুল আছে বাবেই জীৱনটো ইমান ধুনীয়া নহয়, মনত ফুল ফুলিব জানিলেহে ধুনীয়া 🌺
গোলাপী আবেলিৰ শুভ সন্ধিয়া 💖
ফুলৰ দৰে কোমল হওক আপোনাৰ সন্ধিয়াটো
মোৰ হাতৰ ফুলপাহৰ দৰেই ৰঙীন হওক আপোনাৰ সপোনবোৰ ✨
Good Evening Everyone 🌷
জবা ফুলৰ দৰে সদায় ফুলি থাকা
evening
11/08/2026
কথা বহুত আছে, শুনিবলৈ কোনো নাই।
নদীখনেহে মনে মনে শুনি আছে
Click here to claim your Sponsored Listing.
Website
Address
Amingau
Guwahati
781031
