Skip to content
Salons10
Mustaq LLB

Mustaq LLB

Charing Pather Road Near Pub Ba**er Mela, Hojai Health/Beauty

আপোনালোক অবিহনে মোৰ কোনো শক্তি নাই, আপোণালোকেই হ'ল ম‌ই আগবাঢ়ি যোৱাৰ প্ৰকৃত শক্তি। Mustaq LLB follow.

29/09/2025

জুবিন অনুৰাগীৰ কাৰনে এটি ভাল খবৰ, শ্যামকানু মহন্তক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিলে।

25/09/2025

আজি আনুষ্ঠানিক ভাৱে এই সিদ্ধান্ত টো লোৱা হৈছে। গতিকে ঐতিহ্য মণ্ডিত ওৱাজৰ বাবে post টো Share কৰিব।

20/09/2025

আজি জুবিন গাৰ্গ বিহীন অসমৰ প্ৰথম টো ৰাতি পূৱা।
৩৮ হাজাৰ গান গোৱা, ৪৪খন চিনেমাত সংগীত পৰিচালনা কৰা, ৪০টা ভাষাত গান গোৱা জুবিন দা আৰু নাই 😭।

16/09/2025

SIR অক লৈ অধিবক্তা ৰুহিনা ৱাৰিছ বাইদেউৰ এক বিশেষ বাৰ্তা জনসাধাৰণৰ লৈ।

05/09/2025

দিঘীৰ পাৰ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিহু নৃত্য।

03/09/2025

আমাৰ জলাল আবাদৰ মছজিদৰ আগত থকা বিদ্যুত টছনমাত জুই লাগিছে।

03/09/2025
09/01/2025

Golf Field at Umrangso....

11/02/2024

বৰ্তমান সমাজৰ লগত মিলা এক নাটক, Al Islah National Academy Chowdhury bazar

Alerts

Be the first to know and let us send you an email when Mustaq LLB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Hojai.