Skip to content
Salons10
Manashi Borah

Manashi Borah

Majuli

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manashi Borah, Majuli.

06/09/2026

পুনৰ যোৰহাটত 11 আৰু 12 September -ত দুদিনীয়াকৈ কেকৰ প্রশিক্ষণ দিয়া হ'ব।
ইচ্ছুক সকলে আগতীয়াকৈ set booking ৰ কাৰণে যোগাযোগ কৰিব পাৰিব.

06/09/2026
Photos from Manashi Borah's post 13/06/2026

গুৱাহাটীৰ জয়ানগৰ(খানাপাৰা আৰু ৬য় মাইলৰ কাষত) কেকৰ basic to advance প্ৰশিক্ষণ দিয়া হ'ব জুলাই মাহৰ 16/17/18 তাৰিখে।
যিহেতু বহুত ল'লে মানুহ হ'লে শিকাবৰ বাবেও দিগদাৰ হয় আৰু শিকা সকলেও দিগদাৰ পায় সেয়েহে 20 গৰাকীহে লোৱা হ'ব।
আৰু যদি কোনোবাই শিকিব বিছাৰে তেতিয়া মোক মেছেজ কৰিব পাৰিব আৰু
লগতে
জুলাই মাহৰ 20/21/23/24 তাৰিখে চাৰিদিনীয়াকৈ ৰেজিন ৰ basic to advance প্রশিক্ষণ দিয়া হ'ব। যদি
শিকিব বিচাৰে যোগাযোগ কৰিব পাৰিব।
যোগাযোগ:মেচেঞ্জাৰ।



゚

Alerts

Be the first to know and let us send you an email when Manashi Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Majuli.