Skip to content
Salons10
C S F

C S F

Majuli Health/Beauty

CHIRAM SOCIAL FOUNDATION ASSAM

Photos from C S F's post 09/06/2026

চিৰাম চ’চিয়েল ফাউণ্ডেশ্যন আৰু সৃজন চ’চাইটিৰ উদ্যোগত আয়োজিত বৃক্ষ ৰোপণ তথা বিনামূলীয়া গছপুলি বিতৰণ কাৰ্যসূচী ! এই অনুষ্ঠানটি আমাৰ বাবে কেৱল এক কাৰ্যসূচী নহয় এইয়া হৈছে হৃদয় চুই যোৱা এক চিৰস্মৰণীয় মূহূৰ্ত !
আজি এই পবিত্ৰ ক্ষণৰ শুভাৰম্ভণি কৰিলে অসমৰ মাননীয় মুখ্য মন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ সন্মানীয় মাতৃ, আদৰণীয় মৃণালিনী শৰ্মা বৰমাদেৱীয়ে। তেখেতৰ দৰে এগৰাকী মহান, সফল আৰু স্নেহময়ী আইৰ কৰকমলৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ পাই আমি অতিশয় সুখী আৰু আৱেগিক হৈ পৰিছোঁ।
তেখেত কেৱল আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাতৃয়েই নহয়, তেখেত হ’ল ত্যাগ, ধৈৰ্য্য আৰু আদৰ্শৰ এক প্ৰতিমূৰ্তি। যি গৰাকী আয়ে সমাজলৈ ইমান ডাঙৰ অৱদান আগবঢ়াইছে, সেইগৰাকী মহান আইৰ আশীৰ্বাদ শিৰত লৈ, তেখেতৰ হাতেত এটি সেউজীয়া সপোনৰ বীজ দাঙি ধৰিবলৈ পোৱাটো আমাৰ জীৱনৰ এক পৰম সৌভাগ্য। তেখেতৰ মৰমে আমাক সমাজ আৰু প্ৰকৃতিৰ প্ৰতি আৰু অধিক দায়বদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিলে।

আইৰ চৰণত মোৰ শতকোটি প্ৰণাম। আপোনাৰ এই আশীৰ্বাদে আমাক সদায় সৎ পথত আগবাঢ়ি যোৱাৰ শক্তি যোগাব 🙏

05/01/2026

Rainbow Festival 2026

Photos from C S F's post 22/12/2025

সম্পূৰ্ণ হোৱাৰ দিশত chiram social foundation ৰ আমাৰ আলহী ঘৰ । সকলোৱে আহিব মাজুলী আহিলে। থাকি ভাল পাব।

13/10/2025

Photos from C S F's post 22/08/2025

📌 সম্পূৰ্ণ হোৱাৰ দিশত আমাৰ সপোন বোৰ ।।
📌 Chiram social foundation

19/06/2025

আমি যিমান পাৰোঁ সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ।

Photos from C S F's post 08/03/2025

Today visit King chilly firm and rubber , three garden along with Majuli DAO sir and chiram social foundation president sanjib chiram .chiram social foundation chief adviser tridev jyot deori and CSF Secretary Bhaskar Deori Asst secretary Kunal Deoriwe discussed about our upcoming agriculture project

Photos from C S F's post 02/02/2025

Today visited majuli A D O Raja phukan along with foundation CSF Chief adviser Tridip jyoti Deori,CSF President Sanjib chiram under CHIRAM SOCIAL FOUNDATION rubber firm and Mehghani,kuhi, and holog tree firm.

02/02/2025

Today visited majuli A D O Raja phukan along with foundation CSF Chief adviser Tridip jyoti Deori,CSF President Sanjib chiram under CHIRAM SOCIAL FOUNDATION rubber firm and Mehghani,kuhi, and holog tree firm.

Alerts

Be the first to know and let us send you an email when C S F posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Majuli.