Khabar Axom

Khabar Axom

Share

আমাৰ ফেচবুক পে'জলৈ আপোনাক স্বাগতম।

28/06/2023

ঈদুল আজহাৰ ৱাজিৱ নামাজ পঢ়াৰ সংক্ষিপ্ত নিয়ম:-

নিয়ত কৰাৰ পিছত :
"""""""""""""""""""""""""""""""
প্ৰথম ৰাকাত:-
"""""""""""""""""""""
আল্লাহু আকবৰ কৈ হাত বান্ধা, ছানা পঢ়া।

অতিৰিক্ত তিনি তাকবিৰ:-
আল্লাহু আকবৰ------------হাত এৰি দিব।
আল্লাহু আকবৰ------------হাত এৰি দিব।
আল্লাহু আকবৰ------------হাত বান্ধিব।

ইমাম চাহাব ছুৰা ফাতিহাৰ লগত অন্য ছুৰা মিলাব+ ৰুকু,ছিজদাহ কৰি থিয় হ'ব।

দ্বিতীয় ৰাকাত:-
""""""""""""""""""""""
অন্যান্য নামাজৰ দৰে ছুৰা ফাতিহাৰ পিছত অন্য ছুৰা মিলাব আৰু ৰুকুত যোৱাৰ আগত অতিৰিক্ত তিনি তাকবিৰ দিব।____

অতিৰিক্ত তিনি তাকবিৰ:-
আল্লাহু আকবৰ------------হাত এৰি দিব।
আল্লাহু আকবৰ------------হাত এৰি দিব।
আল্লাহু আকবৰ------------হাত এৰি দিব।

আল্লাহু আকবৰ কৈ ৰুকুত যাব+ছিজদাহ+ আখিৰী বৈঠকত আত্তাহিয়্যাতু+দৰুদ শ্বৰীফ+দোৱা মাছুৰা পঢ়ি ছালাম ফিৰাই নামাজ শেষ কৰিব।

21/06/2023

আশাকৰোঁ সকলোৰে সহাৰি পাম। Page টো খুলিছো,দয়া কৰি সকলোৱে follow কৰি দিব।🙏🙏🙏

Want your business to be the top-listed Beauty Salon in Nagaon South?
Click here to claim your Sponsored Listing.

Category

Website

Address


Nagaon South