ALL ASSAM PHE JJM
PHE, NEWS VOLGVEDOS
17/08/2026
মুসলিম মুক্ত কংগ্ৰেছ কৰিলেহে অসমত চৰকাৰ কৰিব পাৰিব
জয় কংগ্ৰেছৰ জয়
JJM OF THE........
জলমিত্ৰ সতিৰ্থ সকল,সদৌ অসম ,
আজি অতি দূখেৰে আপোনালোকক জনাব লগা হৈছে যে, যোৱা কালি ০৭/০৭/২০২৩ ইং শুক্ৰ বাৰে আমাৰ এজন সতিৰ্থ জলমিত্ৰ শিলছৰ ডিভিজন -১ ৰ খালুপাৰ PWSS ত কৰ্মৰত পাৰ্ভেজ আহমেদ বৰভূয়াঁই কৰ্মৰত অৱস্থাত বিদ্যূৎপৃষ্ট হৈ অকাল মৃত্যূক সাবতি লব লগা হয় । আমি বৰম্বাৰ কাকূতি-মিনতি কৰাৰ পিছতো বিভাগৰ পৰা আজিলৈকে আমাৰ বাবে জীৱন বিমাৰ ব্যৱস্থা কৰাই লব নোৱাৰিলো.. (৩৩ কে ভি) ৰ ভল্টেজত খেলা কৰি আগন্তুক দিনবোৰত আমাৰ সকলোৰেই এই জলমিত্ৰজনৰ দৰেই দশা হ'ব পাৰে । আজিৰ পৰিস্থিতিত আমাৰ দ্বায়ীত্ব লবলৈ চৰকাৰৰ কোনো বিভাগেই দ্বায়বদ্ধ নহয় । ইউজাৰ কমিটিতো বহু দূৰৰ কথা ।
JAL jibanr JJM গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে
Jal Jeevan Mission
09/06/2023
আজি 9/6/2023 তাৰিখে ৰাতিপুৱা ১০.৩০বজাত । কলিয়াবৰ Division অৰ অন্তৰ্গত Lailuri no2 PWSSঅৰ জল মিত্ৰ Mostufa kamal অৰ বেমাৰত মৃত্যু হয়। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো।
বিশ্ব পৰিৱেশ দিৱসত জলমৃত্ৰ সকলে এজোপাকৈ গছপুলি ৰোপণ কৰিলে
PHE JJM J.M
Category
Contact the business
Telephone
Website
Address
Latani Chapari PHE
Nagaon
782140
Alerts
Be the first to know and let us send you an email when ALL ASSAM PHE JJM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
